Type Here to Get Search Results !

যাযাবৰী প্ৰিয়া মোৰ, Jajabori Priya mor by dikhsu sharma,

যাযাবৰী প্ৰিয়া মোৰ (Jajabori priya mor by dikshu)
Singer: দিক্ষু শৰ্মা
Lyrics: অজয় ফুকন

Tune: অজয় ফুকন
Download Jajabori Priya mor By dikshu


Lyrics of Jajabori priya mor assamese song :


যাযাবৰী প্ৰিয়া মোৰ (যাযাবৰী প্ৰিয়া মোৰ...)
বুকুতে ৰোৱানা (বুকুতে ৰোৱানা...)

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰে ছাঁয়া
সপোনতো ৰ’ম দিঠকতো ৰ’ম
তোমাতে বিলীন হ’ম...
জোনাকতো ৰ’ম এন্ধাৰতো ৰ’ম
হিয়া ফালি দিম মৰম...
You are not alone
You are not alone...
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছাঁয়া...

How to download Jajabori priya mor assamese song ?
  • Click the following download button.
  • you may get redirected to another webpage , click download button again.
  • your download will start automatically.
  • If you get a prompt to select Google Drive or any browser , select the browser for fast download.
প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ’ব তোমাৰ
প্ৰতিটো পুৱা জীৱনজোৰা লগৰী হ’ম তোমাৰ


অ’...অ’...অ’...
প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ’ব তোমাৰ
প্ৰতিটো পুৱা জীৱনজোৰা লগৰী হ’ম তোমাৰ
জীৱনতো ৰ’ম মৰণতো ৰ’ম
উজাৰি দিলোঁ জীৱন
তোমাৰে হ’ম কাষতে ৰ’ম
জনমে জনম...
You are not alone
You are not alone...
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছাঁয়া...



জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দূৰে
জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে...

(You are not alone...
You are not alone...)

অ’...অ’...অ’...
জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দূৰে
জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে...
সপোনতো ৰ’ম দিঠকতো ৰ’ম
তোমাতে বিলীন হ’ম...
জোনাকতো ৰ’ম এন্ধাৰতো ৰ’ম
হিয়া ফালি দিম মৰম...
You are not alone
You are not alone...
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছাঁয়া...৷




Jajabori priya mor assamese song play online




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

`; // Get all post containers var postContainers = document.querySelectorAll('.post-body'); for (var i = 0; i < postContainers.length; i++) { postContainers[i].insertAdjacentHTML('beforeend', adCode); } } // Call the function to insert ads when the page is fully loaded document.addEventListener('DOMContentLoaded', insertAds);