![]() |
Akha Nai Tuke Pabole Lyrics- Zubeen Garg | Khyanmoyuri |
Akha Nai Tuke Pabole: The one of the lovely romantic and popular trendy song in 2019 from the latest Assamese Song album Nojonake Nubujake (2020). Which is sung beautifully by Neel Akash who was among the most famous youth singer of Assam.The music of this new song is also given by Geet. The lyrics and concept of Akha Nai Tuke Pabole are written by Jadab Zunak, The music is mixed and mastered by Geet. Video Director by Pranjal Saikia. It’s starring by Shyamantika Sharmah and Gunjan. The music label of Geet Music Production.
ঐ মৰি যাম মই মৰি যাম
সঁচাকে মই মৰি যাম
তোক নাপালে মাজনী
নিগমে মই মৰি যাম..
ঐ লিখি যাম মই লিখি যাম
সঁচাকে মই লিখি যাম
তোৰ কলিজাৰ তেজেৰে
চিঠিখনি লিখি যাম…
সপোন ভাঙি যাব
আশা হেৰাই যাব..
অ’ তই নাথাকিলে
থাকিম মই কেনেকে?
( জীয়াই থাকিব নোৱাৰি
মোৰ জান ঐ..
জীয়াই থাকিব নোৱাৰি )-2
নেদেখা ঈশ্বৰে কিনো লিখিলে
উকা মোৰ কঁপালতে..
নহ’ব গৈ চাগে মিলন আমাৰে
এইটো জনমতে..
ভূল নুবুজিবি অভিশাপ নিদিবি
নোৱাৰোঁ নোৱাৰোঁ তোৰ হ’বলে।।
উকা হৈয়ে ৰ’ব মোৰ বুকুখনি
বিষাদ বেদনায়ো খাব খুলি খুলি..
কোনেনো দিব বুজনি মোৰ জান ঐ
কোনেনো দিব বুজনি..
প্ৰেমৰ আয়ুষ ৰেখা
ইমান চুটি নেকি
শেষ হ’ব নেকি মোৰেই জীৱনটি..
আশা নাই তোকে পাবলে
মোৰ জান ঐ..
আশা নাই তোকে পাবলে
আশা নাই তোকে পাবলে
মোৰ জান ঐ..
আশা নাই তোকে পাবলে।।
AKHA NAI TUKE PABOLE VIDEO
DOWNLOAD THE LYRICS:-
Thanks For Viewing Akha Nai Tuke Pabole Lyrics- Zubeen Garg | Khyanmoyuri.