Type Here to Get Search Results !

Asune Kuxole Lyrics আছোনে কুশলে | Zubeen Garg | Priyanka Bharali | Sunit Gogoi | New Assamese Song 2022

 


Song : Asune Kushole
Singer : Zubeen Garg, Priyanka Bharali
Lyrics : Sunit Gogoi
Composition : Sunit Gogoi, Bijoy Sankar
Music : Bijoy Sankar
Guitar Design : Ishanu, Gaurab
Flute : Lakhinandan Lahon
Piano : Mridupawan (Rick)
Mix & Master : Diganta Bordoloi

জোনৰ টুকুৰা যেন

জোনাকী এটি আহি
উৰুঙা উৰুঙা মনৰ সুৰুঙাই সৰকি
উৰুৱাই নিলেহি
বকুল তললে
তয়ে ময়ে খেলা হঁহা ল’ৰালি দিনলে
আইতাৰ কোলালে,গধূলি বেলালে
পৰীৰে দেশলে,শিয়ালি ৰাতিলে !!
বহুদিনেই হ’ল ! তই দেখোন খবৰ ল’বলৈও এৰিলি দাদা !? কেনে আছ ? আছনে কুশলে ??
দিন ডুবে,তৰা ফুলে-
জীৱনো যায় আগলে
ভালেই আছো কওঁ ময়ো
কোনোবাই সুধিলে
সময়হে নাপাওঁ ভাবিবলে
আছোনে কুশলে ?
কুশলে আছোনে ?!?
সুখৰ সেউতী তোৰ নাযাৱক মৰহি
সোণৰ চেকুৰা হৈ নিতে থাক জিলিকি
দুখবোৰ আমি লওঁ তই থাক কুশলে
হাঁহি ৰ’ম দূৰতে তই হাঁহি ৰ’লে !!
কি ক’ম,তই কি বুজিবি !?
আজিকালি হাঁহিবলৈও ভয় লাগে জাননে ?! কিজানিবা দুখবোৰে আহি আকৌ কলিজা আচোঁৰে !!
সুখ যেন কাবুলি
ধাৰে লওঁ ধেমালি
হাঁহিবলে অকণ সময় !
ঘনে ঘনে আহি
কলিজাতে বহি
সুতে-মূলে গণি কাঢ়ি লয় !!
জীৱিকাৰ নেজ ধৰি জীৱন হেৰাই !
সহোদৰ আছে পিচে সময়হে নাই !!
কিনো ক’ম , কিনো তই বুজিবি ভনী
এয়াই…..
এয়াই আজিৰ কাহিনী !
এয়াই আমাৰ জীৱনী !!

 

Thanks For Viewing Asune Kuxole Lyrics আছোনে কুশলে | Zubeen Garg | Priyanka Bharali | Sunit Gogoi | New Assamese Song 2022.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

`; // Get all post containers var postContainers = document.querySelectorAll('.post-body'); for (var i = 0; i < postContainers.length; i++) { postContainers[i].insertAdjacentHTML('beforeend', adCode); } } // Call the function to insert ads when the page is fully loaded document.addEventListener('DOMContentLoaded', insertAds);