![]() |
Atori Gola- Lyrics আতৰি গ’লা | Zubeen Garg | New Assamese Song 2021 |
Atori Gola: The one of the lovely romantic and popular trendy song in 2020 from the latest Assamese Song album Atori Gola (2021). Which is sung beautifully by Zubeen Garg who was among the most famous youth singer of India. Composition and Music of this new song is also given by Jayanta Kakati. Music Arrangement by Bablu. Additional Programming by Sekhar Jyoti Goswam. The lyrics and concept of Atori Gola are written by Sasanka Samir. Tabla –Raja Baruah. Flute – Lakhinandan Lahon. Mix & Mastering – Sekhar Jyoti Goswami .The music label of Dhwani Records.
আঁতৰি গ’লা
তুমি আনলে
এৰি গ’লা মোক
মহঙা কৰি
আঁতৰি গ’লা
তুমি নিমাতে
যাচি গ’লা মোক
তমসা বেলি
কিয় জানো পৰিজাতো
মোহাৰি চিঙি
তুমি আঁতৰি গ’লা
কিয় জানো অভিমানে
ভূলকে বুজি
তুমি এলাগী হ’লা
আঁতৰি গ’লা
তুমি আনলে
এৰি গ’লা মোক
মহঙা কৰি
সোঁৱৰণীৰ সাঁচিপাতে
সাধু জানা সাঁচি ৰাখে
মৰিচিকাৰ মায়াজালে
তুমি অহাৰ ছবি আঁকে
কিয় জানো ভালপোৱাৰ
ভাল লগা
তুমি পাহৰি গ’লা
কিয় জানো উৰণীয়া
নিলিমা দেখি
তুমি দূৰণি হ’লা
আঁতৰি গ’লা
তুমি আনলে
এৰি গ’লা মোক
মহঙা কৰি
সুখৰ দুখৰ সৰাপাতে
সপোনতে কথা পাতে
ৰ’দে পুৰা স্মৃতিবোৰে
বাৰে বাৰে ৰিঙি মাৰে
ককিয় জানো হালধীয়া
বাঁহী শুনি
তুমি আদৰি ল’লা
কিয় জানো কাঁইটীয়া মৰুভূমি
তুমি উজাৰি দিলা
আঁতৰি গ’লা
তুমি আনলে
এৰি গ’লা মোক
মহঙা কৰি
আঁতৰি গ’লা
তুমি নিমাতে
যাচি গ’লা মোক
তমসা বেলি
ATORI GOLA WATCH VIDEO
DOWNLOAD THE LYRICS:-
- More Lyrics: Long Leng Kussum Kailash, Uhu Uhu Lyrics . Renu Lyrics ,
- More Lyrics: Rukshana Lyrics, Ubhoti Suwa Lyrics , Morom Jetiya Lyrics,
- More Lyrics: Alokhuwa Lyrics , Neelim Haahi Lyrics
- More Lyrics: Pahar Bogai Bogai , Aluguti Pitika Khang, Sekuri Sekuri Neel Akash
- More Lyrics: Krishnamoni Chutia , Xorot Zubeen Garg, Fagun Zubeen Garg
Conclusion About:- Atori Gola Lyrics
I hope you guys like our post about the ”Atori Gola Lyrics’, So don’t miss to share this post with social media friends.
Thanks For Viewing Atori Gola- Lyrics আতৰি গ’লা | Zubeen Garg | New Assamese Song 2021.