Type Here to Get Search Results !

BOROXUN Lyrics - Zubeen Garg | Jayanta Kakati | Sasanka Samir | Bablu | BRINDABAN THEATRE SONG

 

মেঘৰ  পানী পখী হৈ 

নামি আহা মাটি লৈ

সুà§°à§° চুলি মেলি লৈ 

নামি আহা গান হৈ 

মেঘৰ পানী পখী হৈ 

নামি আহা মাটি লৈ 

মিঠা জোনৰ বাঁহী হৈ 

নাচি আহা বুকুলৈ 

তুমি প্ৰথম প্à§°েমৰ à§°ুণ

তুমি সপোনৰ à§°ুণ জুন 

ভাল লগা বৰষুণ 

ভাল পোà§±া বৰষুণ

মেঘৰ পানী পখী হৈ 

নামি আহা মাটি লৈ

সুà§°à§° চুলি মেলি লৈ 

নামি আহা গান হৈ 

মন হেà§°ুà§±াà§° বন 

তুমি তাতেই à§°ং 

মই বালিচৰ তুমি মোà§°েই 

নীলা বৰষুণ 

মোà§° à§°াতিà§°ো দিন 

তুমি তাতেই লীন 

মোà§° পথাà§°à§° কঠিয়াà§°ে 

মৰম বৰষুণ 

তুমি প্ৰথম প্à§°েমৰ à§°ুণ

তুমি সপোনৰ à§°ুণ জুন 

ভাল লগা বৰষুণ 

ভাল পোà§±া বৰষুণ

মেঘৰ পানী পখী হৈ 

নামি আহা মাটি লৈ

সুà§°à§° চুলি মেলি লৈ 

নামি আহা গান হৈ 

চিপ চিপিà§Ÿা ফুল 

তুমি মোà§°েই সোণ 

মোà§° হৃদয়à§° বেহিচাপী 

তুমি বৰষুণ 

কলপতীà§Ÿা বোল 

তুমি মোà§° ফাগুণ

মোà§° আৱেগৰ জেঠ মাহৰো 

তুমি বৰষুণ 

তুমি প্ৰথম প্à§°েমৰ à§°ুণ

তুমি সপোনৰ à§°ুণ জুন 

ভাল লগা বৰষুণ 

ভাল পোà§±া বৰষুণ

মেঘৰ পানী পখী হৈ 

নামি আহা মাটি লৈ

সুà§°à§° চুলি মেলি লৈ 

নামি আহা গান হৈ 

 

Thanks For Viewing BOROXUN Lyrics – Zubeen Garg | Jayanta Kakati | Sasanka Samir | Bablu | BRINDABAN THEATRE SONG.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

`; // Get all post containers var postContainers = document.querySelectorAll('.post-body'); for (var i = 0; i < postContainers.length; i++) { postContainers[i].insertAdjacentHTML('beforeend', adCode); } } // Call the function to insert ads when the page is fully loaded document.addEventListener('DOMContentLoaded', insertAds);