Type Here to Get Search Results !

Dehaama Lyrics | Apurba Jyoti Mohan | Bikash Gogoi | Borhomthuri New Bihu Song 2021

 

Dehaamai: The one of the lovely romantic and popular trendy song in 2021 from the latest Assamese Bihu Song album Borhomthuri (2021).Which is sung beautifully by Apurba Jyoti Mohan and Bikash Gogoi who ware among the most famous youth singer of Assam. The music of this new song is also given by Bikash Gogoi. The lyrics of Dehaamai are written by Apurba Jyoti MohanThe music is mixed by Rajiv SarmahThe music label of GK Maina.

Singer: Bikash Gogoi & Apurbajyoti Mohan
Music: Bikash Gogoi
Lyrics/Tune: 
Apurbajyoti Mohan

অ’ দেহামাই মাখিয়তী ফুলিলে

অ’ দেহামাই থেকেৰা টেঙা সৰিলে

অ’ দেহামাই কণবিলাহী পকি সৰি 

তুলতুলীয়া হ’ল, 

অ’ দেহামাই আমলৈয়ে(আমলড়ি) বাঁহ সাজিলে

অ’ দেহামাই মতা ভেকুলীয়ে কান্দিলে

অ’ দেহামাই ঢেঁকীৰ শালতে চিৰা-পিঠা খুন্দিবৰে হ’ল ।

ঢোলে লগাই মাত

পেপাই লগাই মাত

ঢোলে লগাই মাত

পেপাই লগাই মাত 

অ’ দেহামাই,বিহু বিহু বিহু বিহু বিহু লাগে গাত

অ’ দেহামাই, নাচো নাচো নাচো নাচো নাচে লাগে গাত ।

হাই হাই অ’ 

পথাৰৰ শুৱনি সোণালী ধাননি

সোণালী ধাননি

যৌৱনৰ শুৱনি তই ,

হাই হাই অ’ 

নচুৱাই থাকিলে 

নেলাগে আমনি,নধৰে টোপনি

পলুৱাই তোক নিবৰে 

পলুৱাই তোক নিবৰে মন ।

ঢোলে লগাই মাত

পেপাই লগাই মাত

ঢোলে লগাই মাত

পেপাই লগাই মাত 

অ’ দেহামাই , বিহু বিহু বিহু বিহু বিহু লাগে গাত

অ’ দেহামাই, নাচো নাচো নাচো নাচো নাচো লাগে গাত ।

চেনেহীৰে বিহুৱান অতিকৈ ঐ মূল্যৱান

অতিকৈ ঐ মূল্যৱান

তাতেই হেনো লুকাই থাকে 

মৰম আৰু অভিমান,

তাতোতকৈ হ’বি ভাগ্যৱান

যদিহে বুজে মৰমৰ মান

যদিহে বুজে মৰমৰ মান

চেনেহীৰে মৰমনো পাই

গুচিব তোৰ আহুকাল ,

শুনিছনে নাই

বুজিছনে নাই

শুনিছনে নাই

বুজিছনে নাই

ধেমালিহে কৰিছোঁ আমি নধৰিবি দায়

অ’ দেহামাই, 

বিহু বুলি গালো এফাকি নধৰিবি দায়,

অ’ দেহামাই, বিহু বিহু বিহু বিহু বিহু লাগে গাত,

অ’ দেহামাই, নাচো নাচো নাচো নাচো নাচো লাগে গাত

অ’ দেহামাই, নাচো নাচো নাচো নাচো নাচো লাগে গাত ।

বিহু মোৰ আপোন অ’ ঐ 

বাপুতি সাহোন অ’ 

অহা নাই বিদেশৰ পৰা,

বিহুৰে কঠিয়া অ’ ঐ

হিঁয়াতে গজিলে অ’ 

জনম লভিবৰে পৰা ।

DEHAAMAI WATCH VIDEO



DOWNLOAD THE LYRICS:-


Conclusion About:-  Dehaamai Lyrics

I hope you guys like our post about the ”Dehaamai Lyrics”, So don’t miss to share this post with social media friends.


 

Thanks For Viewing Dehaama Lyrics | Apurba Jyoti Mohan | Bikash Gogoi | Borhomthuri New Bihu Song 2021.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

`; // Get all post containers var postContainers = document.querySelectorAll('.post-body'); for (var i = 0; i < postContainers.length; i++) { postContainers[i].insertAdjacentHTML('beforeend', adCode); } } // Call the function to insert ads when the page is fully loaded document.addEventListener('DOMContentLoaded', insertAds);