Type Here to Get Search Results !

DHIRE DHIRE HERAI JAI LYRICS | ধীৰে ধীৰে হেৰাই যায় | ZUBEEN GARG

DHIRE DHIRE HERAI JAI LYRICS | ধীৰে ধীৰে হেৰাই যায় | ZUBEEN GARG
DHIRE DHIRE HERAI JAI LYRICS | ধীৰে ধীৰে হেৰাই যায় | ZUBEEN GARG

Song : Dhire Dhire Herai Jai – Mon Jai
Singer : Zubeen Garg

আবেলিৰে ৰ’দালি

ধীৰে ধীৰে হেৰাই যায়

আবেলিৰ ৰ’দালি


ধীৰে ধীৰে হেৰাই যায়

আবেলিৰেই ৰ’দালি

ধীৰে ধীৰে ধিমিকী জ্বলে

শেৱালি যেন তৰালী

চাব খুজিও নেদেখোঁ মই

ক’তে বা আছা

অ লগৰ তুমি


ধীৰে ধীৰে হেৰাই যায়

আবেলিৰেই ৰ’দালি

ধিৰে ধিৰে ধিমিকী জ্বলে

শেৱালি যেন তৰালী


( মিঠা মিঠা গীত হৈ ৰোৱা

পাৰ হোৱা

অতীতক মনত কৰোঁ

তোমাৰ সতে একেলগে

চাই ৰোৱা তৰাটিক বিচাৰো ) x২


ডাৱৰৰ ফাঁকে ফাঁকে

ধীৰে ধীৰে হেৰাই যায়

আবেলিৰেই ৰ’দালি

ধীৰে ধীৰে ধিমিকী জ্বলে

শেৱালি যেন তৰালী


( মোৰ উকা মন দাপোনত

আখৰে আখৰে

লিখোঁনে তোমাক আজি

মোৰ প্ৰিয় গুণ গুণ গুননী

উশাহে উশাহে ৰাখোনে

তোমাক আজি ) x২


কবানে কানে কানে

( ধীৰে ধীৰে হেৰাই যায়

আবেলিৰেই ৰ’দালি

ধীৰে ধীৰে ধিমিকী জ্বলে

শেৱালি যেন তৰালী

চাব খুজিও নেদেখোঁ মই

ক’তে বা আছা

অ লগৰ তুমি)২
DHIRE DHIRE HERAI JAI VIDEO


Conclusion About:- Dhire Dhire Herai Jai Lyrics

I hope you guys like our post about the Dhire Dhire Herai Jai Lyrics, So don’t miss to share this post with social media friends.

 

Thanks For Viewing DHIRE DHIRE HERAI JAI LYRICS | ধীৰে ধীৰে হেৰাই যায় | ZUBEEN GARG.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

`; // Get all post containers var postContainers = document.querySelectorAll('.post-body'); for (var i = 0; i < postContainers.length; i++) { postContainers[i].insertAdjacentHTML('beforeend', adCode); } } // Call the function to insert ads when the page is fully loaded document.addEventListener('DOMContentLoaded', insertAds);