Type Here to Get Search Results !

DONTIYA DO LYRICS | KALLOL BORTHAAKUR | NIRANJAN GOSWAMI | JETUKA 2023

 

Singer / Music : Kallol Borthaakur
Lyrics/Tune : Niranjan Goswami
Mixed & Mastering by Diganta Bordoloi
Dhol : Lachit Baruah and Bishwa
Taal : Bishwa
Flute : Kailash Rabha
Melody Design : Bhadra Kanta Das
Additional Vocals : Apurba Jaan, Debeshwar Bora, Pompi Pallavi
Recording Studios : Studio Dreams, Studio Kirili and Studio Audioholic
Lyrical Video : Harish Ranjan Gogoi
Spcl Thanks : Vaagawat Darshan, Partha Uddip, Kumud Hazarika, Mamoni Hazarika, Biman Baruah

Lyrics:

ঐ “ক” মানত শিকিলো
ঐ চৰে “অ” চৰে “আ”
ঐ শিকিলো ক ,খ, গ
ঐ যৌৱনত ভৰি দি ঐ পিৰীতি কৰি লৈ
অ’ হায় ঐ হ’লো মই দন্তিয়া “দ”

হায় ঐ দন্তিয়া “দ”
ঐ দন্তিয়া “দ” দন্তিয়া “দ” হ’লো মই দন্তিয়া “দ”
ঐ দন্তিয়া “দ” টো হৈ গাৰুটো বুকুতে লৈ
ইকাটি সিকাটি নধৰে টোপনি কৰো ছাটি ফুটি
এতিয়া কি কৰো ক’ বাঘেখাতী
হ’লো মই দন্তিয়া “দ”
ভাতমুঠি আগতে লৈ নাযায় চোন পেটলৈ
ভিতৰি ভিতৰি জ্বলনি পোৰনি
সহিব নোৱাৰি
এতিয়া কি কৰো ক’ বাঘেখাতী
হ’লো মই দন্তিয়া
হ’লো মই দন্তিয়া “দ”

ঐ তোৰ বুকুতে মৰমৰ তলিফুটা জোলোঙা
যেনিয়ে ঐ তেনিয়েই সুৰুঙা ঐ সুৰুঙা
ইফালে ভৰাও পিৰিক কৈ যায়
সিফালে ভৰাও পিৰিককৈ যায়
বুজালেও নুবুজ ক’লেও নুশুন
এতিয়া কি কৰো ক’ বাঘেখাতী
হ’লো মই দন্তিয়া
হ’লো মই দন্তিয়া “দ”

ঐ মৰিলোং মৰিলোং মৰিলোং ঐ
কি কামনো ঐ কৰিলোং
ঐ মৰিলোং মৰিলোং মৰিলোং ঐ
বাঘৰ পিঠিত উঠিলোং
উঠিলেও খাই নামিলেও খাই
কি কৰো কি কৰো উপাইয়ো নাই
ইফালেও ন’হলো সিফালেও ন’হলো
এতিয়া কি কৰো ক’
বাঘেখোৱা
হ’লি তই দন্তিয়া
হ’লি তই দন্তিয়া “দ”
দন্তিয়া “দ” দন্তিয়া “দ” দন্তিয়া “দ” দন্তিয়া “দ”
ঐ কৰিলেহি মোক দন্তিয়া “দ”

 

Thanks For Viewing DONTIYA DO LYRICS | KALLOL BORTHAAKUR | NIRANJAN GOSWAMI | JETUKA 2023.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

`; // Get all post containers var postContainers = document.querySelectorAll('.post-body'); for (var i = 0; i < postContainers.length; i++) { postContainers[i].insertAdjacentHTML('beforeend', adCode); } } // Call the function to insert ads when the page is fully loaded document.addEventListener('DOMContentLoaded', insertAds);