![]() |
Fagun Jetiya Nami Aahe Lyrics- Manash Rohit |
Fagun Jetiya Nami Aahe: The one of the lovely heart touching song in 2020 from the latest Assamese Song album Xopun (2020). Which is sung beautifully by Manash Rohit who was among the new youth singer of Assam.The music of this new song is also given by Nayanmoni. The lyrics and concept of Fagun are written by Manash Rohit. The music is mixed and mastered by Nayanmoni. The music label of GK Maina.
ফাগুন যেতিয়া নামি আহে
তোমালৈ মোৰ মনতে পৰে
স্নিন্ধ জোনাকৰ নিশা দুপৰলে
তোমাৰ কথাই আমনি কৰে
কিয় আঁতৰি গলাগৈ দূৰলে
জ্বলাই একুৰা জুই বুকুতে
ৰ’লো নিঠৰ ভাৱে
চকুলু বৈ আহে
ফাগুন যেতিয়া নামি আহে
তোমালৈ মোৰ মনতে পৰে
বুকুৰে মাজত তোমাকেই ৰাখো
কলিজাখনো তোমাতেই সপিলো
তোমাকে ভাৱি সকলো পাহৰো
মনত পৰিলে চকুলো টোকো
তুমি যেন এমুঠি পোহৰ
( মোৰ জীৱনৰ প্ৰতিটো ক্ষণৰ )-2
ফাগুন যেতিয়া নামি আহে
তোমালৈ মোৰ মনতে পৰে
তুমি যেতিয়া আঁতৰিছিলা
নামিল জীৱনলৈ অমানিশা
অকলশৰীয়া কৰি থৈ গ’লা
অচিনা বাটত এৰি থৈ গ’লা
যদিও তুমি দিলা মোক বিদায়
( মোৰে জীৱনত তুমিয়েই সদায় )-2
ফাগুন যেতিয়া নামি আহে
তোমালৈ মোৰ মনতে পৰে
FAGUN JETIYA NAMI AAHE VIDEO
DOWNLOAD THE LYRICS:-
Thanks For Viewing Fagun Jetiya Nami Aahe Lyrics- Manash Rohit.