Hridoyer Kareng: The one of the lovely heart touching romantic song in 2017 from the latest Assamese Movie Song of Tumi Aahibane (2020). Which is sung beautifully by Zubeen Garg and Tarali Sarma who ware among the most famous youth singer of Assam.The music of this new song is also given by Tarali Sarma. The lyrics and concept of Hridoyer Kareng are written by Bibi Devi Barbarooah, The music label of Box Music.
হৃদয়à§° কাà§°েঙলে
গমকে নাপালোঁ কেনেকৈ আহিলা
হৃদয়à§° কাà§°েঙলে
গমকে নাপালোঁ কেনেকৈ আহিলা
আদৰিলো আলফুল যতনে
মনৰ কথা কবলে
নাপালোঁ আঁত বিচাà§°ি
নাপালোঁ আঁত বিচাà§°ি
à§°ৈ আছোঁ শুনাবলে
à¦াল পাওঁ চেনেহী
আকাশে ক’ব সূà§°ুযে ক’ব
জীৱন বাটৰ তুমি লগৰী..
পথাà§°ে ক’ব নদীয়ে ক’ব
জীৱন বাটৰ তুমি সঙ্গী
তুমি মোà§°… লগৰী
জীৱনৰ সঙ্গী..
চকুলে চালে বুজি পাবা
মোà§° হিয়াà§° বাতৰি
হৃদয়à§° কাà§°েঙৰ মনি কোঠাত
তুমি মোà§° কুঁৱৰী..
পথাà§°ে ক’ব নদীয়ে ক’ব
জীৱন বাটৰ তুমি সঙ্গী
তুমি মোà§°… লগৰী
জীৱনৰ সঙ্গী…
হৃদয়à§° কাà§°েঙলে
গমকে নাপালোঁকেনেকৈ আহিলা
হৃদয়à§° কাà§°েঙলে
গমকে নাপালোঁ কেনেকৈ আহিলা
আদৰিলো আলফুল যতনে
মনৰ কথা কবলে
নাপালোঁ আঁত বিচাà§°ি
নাপালোঁ আঁত বিচাà§°ি
HRIDOYER KARENG VIDEO
DOWNLOAD THE LYRICS:-
- More Lyrics: Amazing Grace Lyrics, Hallelujah Lyrics, Migraine Lyrics
- More Lyrics: Poker Face Lyrics, Rap God Lyrics, Treat You Better Lyrics
Conclusion About:- Hridoyer Kareng Lyrics
I hope you guys like our post about the ”Hridoyer Kareng Lyrics”, So don’t miss to share this post with social media friends.
Thanks For Viewing Hridoyer Kareng Lyrics- Tumi Aahibaane | Zubeen Garg | Tarali Sarma.