
Kalor Kirilit Thomoki Rol Lyrics- Bipin Chawdang & Zubeen Garg | New Assamese Song 2020
Kalor Kirilit Thomoki Roi: This song A tribute to all Public,Health workers, Doctors, Nurse, Police, Administration, and all the front line Superheroes who have knowingly or unknowingly contributed their bit during this Covid 19 Pandemic. This Song from the latest Assamese Song album Kalor Kirili (2020). Which is sung beautifully by Zubeen Garg and Bipin Chawdang who ware among the most famous youth singer of Assam.The music of this new song is also given by Arup Dutta . The lyrics and Tune of Kalor Kirilit Thomoki Roi are written by Saiful Hussain. Chorus Vocals by Prerona Dutta & Disha Dutta. The music label of Bipin Chawdang Musical.
![]() |
Kalor Kirilit Thomoki Rol Lyrics- Bipin Chawdang & Zubeen Garg | New Assamese Song 2020 |
Kalor Kirilit Thomoki Roi: This song A tribute to all Public,Health workers, Doctors, Nurse, Police, Administration, and all the front line Superheroes who have knowingly or unknowingly contributed their bit during this Covid 19 Pandemic. This Song from the latest Assamese Song album Kalor Kirili (2020). Which is sung beautifully by Zubeen Garg and Bipin Chawdang who ware among the most famous youth singer of Assam.The music of this new song is also given by Arup Dutta . The lyrics and Tune of Kalor Kirilit Thomoki Roi are written by Saiful Hussain. Chorus Vocals by Prerona Dutta & Disha Dutta. The music label of Bipin Chawdang Musical.
Song- Kalor Kirilit Thomoki Rol
Singer- Zubeen Garg & Bipin Chawdang
Lyrics/Tune- Saiful Hussain
Music – Arup Dutta
কালৰ কিৰিলিত থমকি ৰল, বোলো থমকি ৰল
জীৱন জীৱিকা পথ দিশহাৰা হল
অ দিশহাৰা
কালৰ কিৰিলিত থমকি ৰল
বোলো থমকি ৰল
জীৱন জীৱিকা পথ দিশহাৰা
অ দিশহাৰা হল
মোৰে মুলুকৰে মাটি দৰা
চহালেই হয় সোঁণ গুটিৰে ভৰা
মোৰে মূলুকৰে মাটি দৰা
চহালেই হয় সোঁণ গুটিৰে ভৰা
আকৌ চহাই লওঁগে বল
আকৌ চহাই লওঁগে বল
কালৰ কিৰিলিত থমকি ৰল
বোলো থমকি ৰ জীৱন জীৱিকা পথ দিশহাৰা হল
অ দিশহাৰা হল
এই পথাৰ নিজৰ আৰু নিজৰ বজাৰ
কৰি লবৰে হল জাতিটোৰ আধাৰ
ঐ পথাৰ নিজৰ আৰু নিজৰ বজাৰ
কৰি লবৰে হল জাতিটোৰ আধাৰ
খান্দঐ খান্দিল বাৰিতে ফিছাৰি
নিজৰ বজাৰত হমে নিজে বেপাৰী
আহঐ ৰঙিলী আহ ঐ আহ
আহ ঐ পমিলী পথাৰলে আহ
আহ ঐ নদীয়া আহ ঐ আহ
আহ ঐ ভদীয়া বেপাৰলে আহ
ঐ কালৰ কিৰিলিত থমকি ৰল
বোলো থমকি থমকি ৰল
জীৱন জীৱিকা পথ দিশহাৰা হ’ল
অ দিশহাৰা হল
ঐ স্বাধীন অসম এই স্বাধীন মাটি
কেলৈ কৰোগে দুৰণিত চাকৰী
ঐ স্বাধীন অসম আমাৰ স্বাধীন মাটি
কেলৈ কৰোঁগে দুৰণীতে চাকৰী
লওঁ যদি পণ আমি নাঙল ধৰি
জগতে দেখিব অসমীয়াগিৰি
আহ ঐ ঢুলীয়া আহ ঐ আহ
আহ ঐ পেঁপোৱা পথাৰলে আহে
আহ ঐ ৰঙিলী আহ ঐ আহ
আহ ঐ পমিলী বজাৰলে আহ
ঐ কালৰ কিৰিলিত থমকি ৰল
বোলো থমকি ৰল
জীৱন জীৱিকা পথ দিশহাৰা হল
অ দিশহাৰা হল
মোৰে মুলুকৰে মাটিদৰা
চহালেই হয় সোঁণ গুটিৰে ভৰা
মোৰে মুলুকৰে মাটিদৰা
চহালেই হয় সোঁণ গুটিৰে ভৰা
আকৌ চহাই লওঁগে বল
আকৌ চহাই লওঁগে বল-
কালৰ কিৰিলিত থমকি ৰল
বোলো থমকি ৰল
জীৱন জীৱিকা পথ দিশহাৰা হ’ল
অ দিশহাৰা হল
আহ ঐ ৰঙিলী আহ ঐ আহ
আহ ঐ পমিলী পথাৰলে আহ
আহ ঐ ঢুলীয়া পথাৰলে আহ
নদীয়া ভদীয়া বেপাৰলে আহ।
KALOR KIRILIT VIDEO
DOWNLOAD THE LYRICS:-
- More Lyrics: Rukshana Lyrics, Ubhoti Suwa Lyrics , Morom Jetiya Lyrics,
- More Lyrics: Alokhuwa Lyrics , Neelim Haahi Lyrics
- More Lyrics: Pahar Bogai Bogai , Aluguti Pitika Khang, Sekuri Sekuri Neel Akash
- More Lyrics: Krishnamoni Chutia , Xorot Zubeen Garg, Fagun Zubeen Garg
Conclusion About:- Kalor Kirilit Thomoki Rol Lyrics
I hope you guys like our post about the ”Kalor Kirilit Thomoki Rol Lyrics”, So don’t miss to share this post with social media friends.
Thanks For Viewing Kalor Kirilit Thomoki Rol Lyrics- Bipin Chawdang & Zubeen Garg | New Assamese Song 2020.