নীলাকৈ দুচকুত
জুমি চাই জুমি চাই
সুধি চালেবা
বুজি পায় নে নাপায়
নীলাকৈ দুচকুত
জুমি চাই জুমি চাই
Limbu, Gurung, Gorkhali, Tamang
নে
Rai, Bahadur, Chetri
দুৰুদুৰুকৈ বুকুতে সোমালি
তই কোন পাহাৰী পখিলি
নেপালীতে কবলে মন
কওনে সঁচাকৈ
নেপালীতে গাবলে মন
গাওনে তোকেলৈ
Kasko Gharko Chori
Yo Mero Dilma Bosyeo
Hereo Chori Chori
Yo Mero Dilma Bosyeo
Kasko Gharko Chori
Yo Mero Dilma Bosyeo
Hereo Chori Chori
Yo Mero Dilma Bosyeo
এ কলিজা অ কলিজা
এ কলিজা অ কলিজা
এবাৰ সুধিছা এবাৰ জুখিচা
চকুৰ ইচাৰা এবাৰ বুজিপা
চিলমিল চিলমিল টোপনি মোৰ
তোৰ কাৰনেই ভাগে
কিন-কিন কিন-কিনকৈ বৰষুণ যাক
মোৰ বুকুতে নাচে
নেপালীতে কবলে মন
কওনে সঁচাকৈ
নেপালীতে গাবলে মন
গাওনে তোকেলৈ
Kasko Gharko Chori
Yo Mero Dilma Bosyeo
Hereo Chori Chori
Yo Mero Dilma Bosyeo
Kasko Gharko Chori
Yo Mero Dilma Bosyeo
Hereo Chori Chori
Yo Mero Dilma Bosyeo
এ কলিজা অ কলিজা
এ কলিজা অ কলিজা
কিমান বুলিলে দেখাও কেনেকৈ
মৰম নহয় যেন বিশাল হিমাল়য়
লাহে লাহেকৈ
মোৰ মন মৰমতেই মৌ মিঠাহৈ পৰে
ধীৰে ধীৰেকৈ
মোৰ চন পৰা বুকুত যেন সুৰগা চৰে
নেপালীতে কবলে মন
কওনে সঁচাকৈ
নেপালীতে গাবলে মন
গাওনে তোকেলৈ
Kasko Gharko Chori
Chori …..
Hereo Chori Chori
Yo Mero Dilma Bosyeo
Hereo Chori Chori
Yo Mero Dilma Bosyeo
Kasko Gharko Chori
Yo Mero Dilma Bosyeo
Hereo Chori Chori
Yo Mero Dilma Bosyeo
Thanks For Viewing Kanchi Lyrics | Neel Akash | Ujjwal Aarong | Mrinmoy Mrittik | New Assamese x Nepali Song 2022.