Khailong Khailong: The one of the lovely romantic and popular bihu song in 2021 from the latest Assamese Bihu Song album Khailong Khailong (2021).Which is sung beautifully by Krishnamoni Chutita who was among the most famous youth singer of Assam. The music of this new song is also given by GK Maina. The lyrics of Khailong Khailong are written by Indra Gogoi. The music is mixed by Diganta Bordoloi. The music label of GK Maina.
যোজনা
মোৰ মানুহ জনী টিকিৰি মিকিৰি
ভেকুৰী তলতে হাগে
ভেকুৰী কাঁইটে ফুতিব লাগিলে
ফেকুৰি ফেকুৰি কান্দে।
খাইলং খাইলং খাইলং খাইলং
ৰঙাই হওঁক বগাই হওঁক খাইলং খাইলং
এ বাসন্তি তোমাক বিয়া পাতি
জীৱনটো মোৰ অশান্তি
নাপালো মই অকনো সুখ
ঢলং পলং কৰি
খালতে মই পৰি লং
পগলা বুলি নকবি মোক
খাইলং খাইলং খাইলং খাইলং
ৰঙাই হওঁক বগাই হওঁক খাইলং খাইলং ।
তোৰ আই পিতায়ে ,
জোঁৱাই বুলি নামাতে,
ভাই ভনীয়ে নেমাতে ভিনি,
ওচৰ চুবুৰীয়াই ,
(জোঁৱাই বুলিব পগলা)-২,
পাছত হলে নাপাবি লাজ,
খাইলং খাইলং খাইলং খাইলং,
ৰঙাই হওঁক বগাই হওঁক খাইলং খাইলং ।
ঐ’ দিহিঙৰ পাৰতে মুগা পুহিছিলো
ধনু গুটি মাৰি কাউৰী খেদিলো
নৈৰে পাৰতে মুগা পুহিছিলো
ধনু গুটি মাৰি কাউৰী খেদিলো
মুগা বিকি বিকি ধনে মই ঘটিলো
তোমাক আনিম বুলি কল্পনা কৰিলো
হায়ৈ আপোন তইয়েজে মোৰ তেনেই আপোন
যোৱাকালি দেখিলো সপোন
(অকলে দাই আছিলি অকলে দাই আছিলি ধান )-৩
KHAILONG KHAILONG WATCH VIDEO
DOWNLOAD THE LYRICS:-
- More Lyrics: Rukshana Lyrics, Ubhoti Suwa Lyrics , Morom Jetiya Lyrics,
- More Lyrics: Alokhuwa Lyrics , Neelim Haahi Lyrics
- More Lyrics: Pahar Bogai Bogai , Aluguti Pitika Khang, Sekuri Sekuri Neel Akash
- More Lyrics: Krishnamoni Chutia , Xorot Zubeen Garg, Fagun Zubeen Garg
Conclusion About:- Khailong khailong Lyrics
I hope you guys like our post about the ”Khailong Khailong Lyrics”, So don’t miss to share this post with social media friends.
Thanks For Viewing Khailong khailong- Lyrics | Krishnamoni Chutia | Indra Gogoi | New Bihu Song 2021.