![]() |
KORBAT KIBA HOL LYRICS |কৰবাত কিবা হ’ল | TORALI | ACHURJYA BORPATRA |
Korbat Kiba Hol: The one of the lovely
romantic and popular trendy song in 2019 from the latest Assamese Song album Torali (2019).Which
is sung beautifully by Achurjya Borpatra who was among the most famous youth singer of Assam. The lyrics
of Korbat Kiba Hol are written by Achurjya Borpatra himself and Sunit
Gogoi.The music Produce and mixed by Pranoy Dutta and mastering by Diganta
Bordoloi. Video Director by Santumoni Sarma. It’s
starring by Kukil Saikia, Hirok Jyoti Bordoloii, Bandita Deka and Achurjya Borpatra himself. The
music label of Achurjya Borpatra Official.
Album : Torali 2019.
Singer : Achurjya Borpatra.
Music : Achurjya Borpatra.
Music Producer : Pranoy Dutta.
Lyrics : Sunit Gogoi, Achurjya Borpatra.
Lyrivs in Assamese
( কৰবাত কিবা হ’ল
কাৰোবাৰ বেছি হ’ল
মোৰ ফালে কমি গ’ল
কাৰোবালে বাঢ়ি গ’ল ) x২
একো নকলি
চিধাই গুচি গলি
ও নাপালোঁ বিচাৰি
ও কতেনো হেৰালি
ৰাতি ৰাতি আহি আহি
টোপনি হৰিলি
এতিয়া আছ তই ক’ত
কৰবাত কিবা হ’ল
কাৰোবাৰ বেছি হ’ল
মোৰ ফালে কমি গ’ল
কাৰোবালে বাঢ়ি গ’ল
( তৰাদৈ কালি দুপৰীয়া
তৰাদৈ মৰিবলগীয়া
তৰাদৈ এজনীক দেখিলোঁ
তৰাদৈ তোৰেনো লেখীয়া ) x২
তৰাদৈ দিলোঁ মাত
তৰাদৈ চাপি কাষ
উভতি চাই উঠিলে তাই
পকাই চকু নাক
কৰবাত কিবা হ’ল
কাৰোবাৰ বেছি হ’ল
মোৰ ফালে কমি গ’ল
কাৰোবালে বাঢ়ি গ’ল
এ তৰাদৈ কথাত খালোঁ পিছল
প্ৰেমত হ’লো পাগল
কথাত খালোঁ পিছল
প্ৰেমত হ’লো পাগল
মৰম চেনেহ যিমান দিলি
সকলোবোৰ নকল
মাছৰ ভাল পাওঁ চিতল
পাচলি ভাল পাওঁ পটল
আজিকালি ভাল লগা হ’ল
ৰঙা পানীৰ বটল
কৰবাত কিবা হ’ল
কাৰোবাৰ বেছি হ’ল
মোৰ ফালে কমি গ’ল
কাৰোবালে বাঢ়ি গ’ল
একো নকলি
চিধাই গুচি গলি
ও নাপালোঁ বিচাৰি
ও কতেনো হেৰালি
ৰাতি ৰাতি আহি আহি
টোপনি হৰিলি
এতিয়া আছ তই ক’ত
কৰবাত কিবা হ’ল
কাৰোবাৰ বেছি হ’ল
মোৰ ফালে কমি গ’ল
কাৰোবালে বাঢ়ি গ’ল……।
কাৰোবাৰ বেছি হ’ল
মোৰ ফালে কমি গ’ল
কাৰোবালে বাঢ়ি গ’ল ) x২
একো নকলি
চিধাই গুচি গলি
ও নাপালোঁ বিচাৰি
ও কতেনো হেৰালি
ৰাতি ৰাতি আহি আহি
টোপনি হৰিলি
এতিয়া আছ তই ক’ত
কৰবাত কিবা হ’ল
কাৰোবাৰ বেছি হ’ল
মোৰ ফালে কমি গ’ল
কাৰোবালে বাঢ়ি গ’ল
( তৰাদৈ কালি দুপৰীয়া
তৰাদৈ মৰিবলগীয়া
তৰাদৈ এজনীক দেখিলোঁ
তৰাদৈ তোৰেনো লেখীয়া ) x২
তৰাদৈ দিলোঁ মাত
তৰাদৈ চাপি কাষ
উভতি চাই উঠিলে তাই
পকাই চকু নাক
কৰবাত কিবা হ’ল
কাৰোবাৰ বেছি হ’ল
মোৰ ফালে কমি গ’ল
কাৰোবালে বাঢ়ি গ’ল
এ তৰাদৈ কথাত খালোঁ পিছল
প্ৰেমত হ’লো পাগল
কথাত খালোঁ পিছল
প্ৰেমত হ’লো পাগল
মৰম চেনেহ যিমান দিলি
সকলোবোৰ নকল
মাছৰ ভাল পাওঁ চিতল
পাচলি ভাল পাওঁ পটল
আজিকালি ভাল লগা হ’ল
ৰঙা পানীৰ বটল
কৰবাত কিবা হ’ল
কাৰোবাৰ বেছি হ’ল
মোৰ ফালে কমি গ’ল
কাৰোবালে বাঢ়ি গ’ল
একো নকলি
চিধাই গুচি গলি
ও নাপালোঁ বিচাৰি
ও কতেনো হেৰালি
ৰাতি ৰাতি আহি আহি
টোপনি হৰিলি
এতিয়া আছ তই ক’ত
কৰবাত কিবা হ’ল
কাৰোবাৰ বেছি হ’ল
মোৰ ফালে কমি গ’ল
কাৰোবালে বাঢ়ি গ’ল……।
Lyrivs in English
( Korbat kiba hol
Karubar besi hol
Mor fale komi gol
Karubale barhi gol ) 2
Aku nokoli
Sidhai gusi goli
O napalu bisari
O kotenu herali
Rati rati ahi ahi
Tuponi horili
Atia aso toi kot
Korbat kiba hol
Karubar besi hol
Mor fale komi gol
Karubale barhi gol
( Toradoi kali duporia
Toradoi moribo logiya
Toradoi ajonik dekhilu
Toradoi turenu lekhiya )-2
Toradoi dilu maat
Toradoi chapi kakh
Ubhoti sai uthile tai
Pokai soku nak
Korbat kiba hol
Karubar besi hol
Mor fale komi gol
Karubale barhi gol
A toradoi kothat khalu pisol
Premot holu pagol
Kathat khalu pisol
Premot holu pagol
Morom seneh jiman dili
Hokolu bur nokol
Masor bhal pao shitol
Pasoli bhal pao potol
Aji kali bhal loga hol
Ronga panir botol
Korbat kiba hol
Karubar besi hol
Mor fale komi gol
Karubale barhi gol
Aku nokoli
Sidhai gusi goli
O napalu bisari
O kote nu herali
Rati rati ahi ahi
Tuponi horili
Atia aso toi kot
Korbat kiba hol
Karubar besi hol
Mor fale komi gol
Karubale barhi gol
KORBAT KIBA HOL VIDEO
Conclusion About:- Korbat Kiba Hol Lyrics
I hope you guys like our post about the Korbat Kiba Hol Lyrics, So don’t miss to share this post with social media friends.
Thanks For Viewing KORBAT KIBA HOL LYRICS |কৰবাত কিবা হ’ল | TORALI | ACHURJYA BORPATRA.