LORALI || KALLOL BORTHAAKUR || VREEGU KASHYAP || NEW ASSAMESE MODERN SONG 2023

Singer | Kallol Borthaakur & Vreegu Kashyap |
Child Vocal : | Veerjyoti Borthakur (Geet) |
Music | Kallol Borthaakur |
Song Writer | Kallol Borthaakur |
সৰস্বতী সৰস্বতী কন্ঠে গোলাপী
ভোগে বিলাসী
লোকে বোলে সৰস্বতী আমি বোলো আই
দূৰণি আজি মোৰ সেই ল’ৰালি
বুকুতে সাচি থলো বহু ধেমালি
দুপৰীয়া ৰ’দৰ কিযে পোৰনি
ঘৰৰ চুকত লুকাই খেলো লুকাচুৰি
বাৰে বাৰে মন আজি কিয় জানো যায় উৰি
বিচাৰি নাপাও কিয় মোৰ সেই ল’ৰালি
বাৰে বাৰে মন আজি কিয় জানো যায় উৰি
বিচাৰি নাপাও কিয় মোৰ সেই ল’ৰালি
দোকমোকালি মোৰ পঢ়াশালি
দেউতা মাৰে গালি আইতাৰে বুলনি
ল’ৰালিৰ আবেলি খেলো দৌৰি ঢাপৰি
গধূলি ভাগৰতে ধৰে চকুত টোপনি
দুপৰীয়া ৰ’দৰ কিযে পোৰনি
ঘৰৰ চুকত লুকাই খেলো লুকাচুৰি
বাৰে বাৰে মন আজি কিয় জানো যায় উৰি
বিচাৰি নাপাও কিয় মোৰ সেই ল’ৰালি
বাৰে বাৰে মন আজি কিয় জানো যায় উৰি
বিচাৰি নাপাও কিয় মোৰ সেই ল’ৰালি
জোনাকৰে ৰাতি পিৰালিতে বহি
আকাশৰে তৰা থাকো গণি গণি
জুহালতে বহি সাধু কথা শুনি
ককা আৰু আইতাৰ পুৰণি কাহিনী
দুপৰীয়া ৰ’দৰ কিযে পোৰনি
ঘৰৰ চুকত লুকাই খেলো লুকাচুৰি
বাৰে বাৰে মন আজি কিয় জানো যায় উৰি
বিচাৰি নাপাও কিয় মোৰ সেই ল’ৰালি
বাৰে বাৰে মন আজি কিয় জানো যায় উৰি
বিচাৰি নাপাও কিয় মোৰ সেই ল’ৰালি
বাৰে বাৰে মন আজি কিয় জানো যায় উৰি
বিচাৰি নাপাও কিয় মোৰ সেই ল’ৰালি
Thanks For Viewing LORALI- Lyrics ল’ৰালি | KALLOL BORTHAAKUR | VREEGU KASHYAP | NEW ASSAMESE MODERN SONG 2023.