![]() | |
|
Mero Mayaalai: The one of the lovely romantic song in 2017 from the latest Assamese Movie Song on Mission China (2017). Which is sung beautifully by Zubeen Garg who was among the most famous youth singer of all India. Female Singer Shatabdi. The music of this new song is also given by Zubeen Garg. The lyrics written by Sasanka Samir. The music is mixed and mastered by Nobo Medhi. Video Director by Zubeen Garg. The music label of Times Music Assamese and Zubeen Garg Official.
Singer: Zubeen Garg and Shatabdi
Music: Zubeen Garg
Lyrics/Tune: Sasanka Samir
ডাৱৰ মাটিলে নামি আহিলে
মৰম নদী হৈ বৈ..
নদীৰ সোঁততে তোমাক পাবলৈ
দিঙা মেলিছো মই..
দুচকুৰে দুবাহুতে
কি সানি দিলা ৰাগিনী..
মন বনত ৰং উৰিছে
যেন ফাগুনৰে ধূলি তুমি
ধূলি তুমি-ধূলি তুমি….
আলসুৱা সপোনকে আনি
দিলা তুমি শৰীৰতে আঁকি..
পাখিলাহী মন মোৰো চিলনী..
কাঁচিয়লী ৰ’দৰ পোহৰে
তুমি আজি মোৰেই বুলি ক’লে..
পাহাৰীয়া পখিলা এজাকে
মোৰেই তুমি বুলি চিঞৰে..
মন আকাশৰ সুৰ প্ৰণয়ৰ
গান কুসুমৰে সানিলা..
মোৰ হেঁপাহৰ ঘৰ উলাহৰ
ৰং তুমি আনি সিঁচি দিলা-সিঁচি দিলা..
আলসুৱা সপোনকে আনি
দিলা তুমি শোণিততে ঢালি..
আজি দেখো মন মোৰো চিলনী..
মৌনতাৰ মৌন শবদে
তুমি মোৰ তুমি মোৰ বুলি চিঞৰে..
বহেমিয়া বতাহ এজাকে
তুমি মাথোঁ মোৰেই বুলি ক’লে..
মন কাগজৰ নাও যাযাবৰ
পাৰ তুমি আহি বান্ধিলা..
মোৰ হৃদয়ৰ সোঁমাজতে
ৰংঘৰ তুমি সাজি দিলা
সাজি দিলা-সাজি দিলা..
আলসুৱা সপোনকে আনি
দিলা তুমি শোণিততে ঢালি..
পাখিলাহী মন মোৰো চিলনী…
MERO MAYAALAI VIDEO
DOWNLOAD THE LYRICS:-
Thanks For Viewing Mero Mayaalai Lyrics- Zubeen Garg | Mission China.