Milonor Muruli Song Lyrics
Singer: Zubeen Garg, Zublee Baruah
Lyrics:Danish
Music: Dorxon
Cast: Madhusmita Dihingia, Gunjan Bharadwaj
Milonor Muruli Song Lyrics
কি ৰঙে à§°ূপে মনৰ নাচোনতে
নূপুà§° বাজিছে আজি
মোà§° কুঁহি পাতে ফলি মেলি দিয়ে
সুখৰ কৰি যা বেলি
মিলনৰে মুà§°ুলী মোà§°
বেদনাতে দূৰলে উৰি যোà§±া তুমি
বুকুà§° আপোন
লাজুকী ওৰনিতে জোন
জিলিকি à§°োà§±া à¦à¦¨ী
শাৰদী à§°াতি চকুলো কৰুণ
সোণ থমকি ৰয় পোহৰ যাতনা সিচি
খোজ পদূলি তে à§°িঙা মেলিছো আহি
মৰমৰে আকৰ তুমি পৃথিà§±ী
পলকতে দূখৰ চাদৰে ধাকি
যোà§±া বাতে বিদায় বিলোà§±া
আলসুà§±া মিচা যেন সপোন
কি ৰঙে à§°ূপে মনৰ নাচোনতে
নূপুà§° বাজিছে আজি
মোà§° কুঁহি পাতে ফলি মেলি দিয়ে
সুখৰ কৰি যা বেলি
Watch Milonor Muruli Music on YouTube
Thanks For Viewing Milonor Muruli Song Lyrics