Monmoina- Lyrics | Kussum Kailash | Lakhirani Deori
![]() |
Monmoina-Lyrics-Kussum Kailash-Lakhirani-Deori |
Singer | Kussum Kailash & Lakhirani Deori |
Music | Ujjwal Aarong |
Song Writer | Kussum Kailash & Sarat Sravan |
ইয়ে
বেমাচিহ মুকু বেঙনা ঐ
দিনিয়া পপঁই চিচয়া
লৰিঙা কেৰি
আঁয়ৰে চেচকুয়
দুমায়ামা চাৰৰি
কলৈ জাঙৈ
কি কৰো মই
তোক সমুখতে ৰাখি চাই
ৰ’ম যেন চকুলে
কিবা মৰম লাগে
বহুতৰ মাজতে
তোৰ আহুঙীয়া
মৰমবোৰৰ মাজতে
হেৰাই যাব খোজো
তই বাৰু দিবিনে
বুকুৰে মাজত
অনুভূতিৰে লগত
মই কথা পাতো
তোৰে ঐ
অ তই এৰি থৈ নাযাবি
মোক ঐ
পাহৰি নাযাবি
মোক ঐ
সদাই থাকিবি
তই মোৰে
মনমইনা হৈ
তোক ন’না আছু নিমাই
বুলি ঐ ক’বলে
আৰু মোৰ মনে যায়
তোৰেনো হ’বলে
তোক জাননে ৰাখিমে
মৰমৰ উমেৰে
বুকুখন পাৰি দিম
শিতাননো লৈ শুবলে
কল্পনা মনৰ
কৰিবলে যে নিজৰ
দিন-ৰাতি হয় তোকে লৈ
অ তই এৰি থৈ নাযাবি
মোক ঐ
পাহৰি নাযাবি
মোক ঐ
সদায় থাকিবি
তই মোৰে মনমইনা হৈ
অকাজানৰ আতিগুয়
জৌ আকৰি মিৰাচি
আমালৈ নিদিবি চকু
নিয়ঁৰে নিচিনা
ইগাবা দেকাগু
ভূলাব নোৱাৰ একো
হ দেউৰী চাঙতে
তোকে ঐ দেখিলো
মেথনি মাৰিছিলি গাত
ইবাকু বিচুতে
তোৰ প্ৰেমত পৰিলো
কলিজা পেলালি শাঁত
তোৰেনো হাঁহিত
জানো কি যাদু আছে
মই যে পগলা হ’লো ঐ
অ তই পাহৰি নাযাবি
মোক ঐ
আতৰি নাযাবি
মোক থৈ
হ’বিনে ন’হবি
তই মোৰে মনমইনা ঐ
Thanks For Viewing Monmoina- Lyrics | Kussum Kailash | Lakhirani Deori.