Music Production: Zubeen Garg
Singer: Zubeen Garg
Backing Vocal: Bhanupriya
Lyrics: Zubeen Garg & Rahul Gautam Sharma
Mixed & Mastered By: Diganta Sharma
Cast: Zubeen Garg, Mousumi Alifa
Additional Cast: Trishanu Bhuyan, Pinky Devi
Concept: Zubeen Garg
Directed By: Sachin Baruah
Director Of Photography: Gyan Gautam
Aerial Photography: Jaydeep Paul
Editing & Visual Promotion: Protim Khaound,
D.I.: Rajesh Yadav
Production Design: Rhitu Prayag Garg(MON)
Art: Jyoti Sankar Bhattacharya
Makeup: Bhaskar Jyoti Dutta
Costume: Juri Kalita
Line Producer: Manoj KR Mishra
Asst. Line Producer: Pranjit Koch
Produced By: Zubeen Garg, Garima Saikia Garg
Lyrics:
It’s me and you
Forever…
Together…
We’ll meet again and again
My love is eternal
I’ll die for you
I’ll die with you
মনৰে কইনা মোৰ
এৰি গুচি গ’লি মোক
কোনোবা দূৰ পছিমলৈ
তেজৰ আবিৰ ঢালি মোক
ৰঙা এঙাৰ বুকু মোৰ
জ্বলি ছাঁই হ’বলে বাকী
দুদিনৰ পৃথিৱীত
আলহী হ’বৰ বাকী
ৰৈ থমকি পুতি খোপনি
হঠাতে হেৰালে ঠিকনা
নিজা বুলিবলে’ আছে আজি কি এৰাপৰলীয়া ভালপোৱা
পানীৰঙৰে ৰংচঙীয়া কেনভাছতো যে শূন্যতা
উকা কাগজৰ আঁক-বাকতো ঘূৰি-পকি গৈয়ো মোৰ হোৱা
হৈয়ো মোৰে যাৱ আঁতৰি
Do you breathe?
I don’t breathe without you
You sleep?
I don’t…
I don’t sleep without you
My death is in you
অশৰীৰী আৱেগৰে
বাউলী পিয়াসী বাসনা
প্ৰণয়ৰে পকোৱা শিপাৰ
বুকু শুদা কৰা যাতনা
এই সমুখত দেখি থাকোঁতেই পলকতে হ’লি নোহোৱা
মোৰ আদৰৰ মন বাখৰৰ খেদি খেদি যোৱা কামনা
হৈয়ো মোৰে যাৱ আঁতৰি
Thanks For Viewing Monore Koina Lyrics মনৰে কইনা মোৰ | Zubeen Garg | Official Music Video | Zubeen Garg Music.