SINGER : NEEL AKASH
MUSIC : BIPLOV KONWAR
LYRICS & TUNE : MONUJ KONWAR, BIPLOV KONWAR & APURBA JYOTI MOHAN
FEMALE LYRICS : KUSSUM KALASH & RAMEN DANOH
FEMALE VOCAL : KOROBI SONOWAL
KEYS MELODY : UJJWAL AARONG
PLANNING : MINTU RAIDINGIA
CO SINGER : MEERDEEP GOGOI, ANURON GOGOI, APURBAJYOTI MOHAN & KARABI SONOWAL
DHOL & TAAL & GAGANA : BIPLOV KONWAR
FLUTE : BITUPON KONWAR
MIXED & MASTERED : UJJWAL AARONG
RECORDED @SRISHTI THE CREATIVE EYE, MORAN
PHOTOGRAPHY & COVER DESIGN : SATYAJIT D PHUKAN
VIDEO EDITING : DIBYA JYOTI SAIKIA
যোজনা:
মোৰে পানী পৰা ঘৰে নয়নতৰা
মোৰে পানী পৰা ঘৰ।।
ধুনীয়া দেখিলে অ’ নয়নতৰা
আহো বুলি নকবা অ’ নয়নতৰা
মোৰে পানী পৰা ঘৰে নয়নতৰা
আৰু মোৰ কোনো নাই মই অকলশৰীয়া
মই অকলশৰীয়া জানা।
নৈ কাষৰীয়া অ’ নয়নতৰা
মাটি তাকৰিয়া অ’ নয়নতৰা
খাবলৈ নোজোৰে ভাত নয়নতৰা
আৰু মোৰ কোনো নাই মই অকলশৰীয়া
মই অকলশৰীয়া জানা।
ছোৱালী: দুবেলা ঐ দুমুঠি
ময়েনো ৰান্ধি দিমে ঐ
সুখৰে ঐএগৰা ভাত।
উলাওঁতে ঐ সোমাওঁতে
মোকেনো চাই থাকিবা ঐ
হেৰাম বুলি লগাবা মাত।
পুৱাই উঠি দুগালত অ’ নয়নতৰা
কোনে দিব দুচুমা অ’ নয়নতৰা
যদি নাপাও সহাঁৰি
তোমাৰে নয়নতৰা
অকলশৰে থকাতকৈ
মৰিনো যাম হ’বলা
মৰিনো যাম হ’বলা জানা।।।
Thanks For Viewing Nayantora Lyrics | Neel Akash | Biplov Konwar | Ujjwal Arrong | New Assamese Bihu Song 2023.