![]() | |
|
Panchana: The one of the lovely heart touching song in 2019 from the latest Assamese Movie Song on Kanchajongha (2019). Which is sung beautifully by Zubeen Garg who was among the most famous youth singer of all India. Female Singer Panchana Rabha. The music of this new song is also given by Zubeen Garg. The lyrics written by Sasanka Samir, This Panchana Dalai Mandare Na Dala is Rabha original line from Rabha Traditional Song. The music is mixed and mastered by Diganta Bordoloi. Video Director by Zubeen Garg. The music label of Times Music Assamese and Zubeen Garg Official.
Singer: Zubeen Garg and Panchana Rabha
Music: Zubeen Garg
Lyrics/Tune: Sasanka Samir and Traditional
( পানচুনাৰ দালাই
মান্দাৰে না দালা
অ’ অকাই দালাই পাকি আন
দূগ্দুগুৰ দূগ্দুগুৰ কিৰিং তাৰ
টুকুৰ চে গ’ হ’ মন্দানা…)-2
কলিজাৰ কাৰেং ভাঙি
সপোনৰ সমাধি পাতি..
যাতনাৰ খৰাং খিচি
পৰাণৰ কবিতা ফালি..
উৰুঙা হাঁহাকাৰে মোক জোকাই
কলেহি তুমি নাই ক’তো নাই…
পানচুনাৰ দোলা দূগ্দুগুৰ দূগ্দুগুৰ
শবদে দূৰলৈ যায়…
তঙালীৰ আঙুলিৰ পাহীতে
সোণালীৰ আঙুঠিৰ হাঁহিয়ে
নাসাজিলে ঘৰ সুখৰ…
সুঁৱৰি অতীতৰ বাঁহীয়ে
বিচাৰি ল’ৰালিৰ প্ৰীতিৰে
পাহৰিলে সুখ নিজৰ…
গুমোথা গুমোথা
আকাশে বুকুতে জীয়াই..
উৰুঙা উৰুঙা
উশাহে নিজকে জগাই…
পানচুনাৰ দোলা..
গৰকি মোহাৰি যায়…
অসময় সময়ৰ পলকে
ক’লেহি নিয়তিৰ কানতে
নেজানিলে নিজৰ প্ৰহৰ..
সপোনৰ সমাধিৰ এঙাৰে
ক’লেহি পোহৰৰ কানতে
এন্ধাৰো নিজৰ নহয়..
ধুমুহাৰ কুকুহা বতাহত ওৱলি গ’ল
মৰমৰ মালিতা বুকুতে মলঙি গ’ল..
পানচুনাৰ দালাই
মান্দাৰে না দালা
অ’ অকাই দালাই পাকি আন
দূগ্দুগুৰ দূগ্দুগুৰ কিৰিং তাৰ
টুকুৰ চে গ’ হ’ মন্দানা…
পানচুনাৰ দোলা..
তুমি নাই মইয়ো নাই
নাই, নাই আজি কোনো নাই..
PANCHANA VIDEO
DOWNLOAD THE LYRICS:-
Thanks For Viewing Panchana Lyrics- Kanchanjongha | Zubeen Garg | Panchana Rabha.