![]() |
Prem Govir Nohole Lyrics- Zubeen Garg |
Prem Govir Nohole: The one of the heart touching sad song in 2018 from the latest Assamese Song album Senehir Ringa Ringa Mon (2018). Which is sung beautifully by Zubeen Garg who was among the most famous youth singer of India.The music of this new song is also given by Pinkal Pratyush. The lyrics and concept of Prem Govir Nohole are written by Rajib Sadiya. Video Director by Surresh Medhi. It’s starring by Chandan, Snigdha, Rupam and Prem. The music label of GK Maina Music.
প্ৰেম গভীৰ নহ’লে
তেজেৰে চিঠি জানো
লিখিব পাৰি…
তোমাক যাচি দিয়া হৃদয়
আনে জানো ল’ব আদৰি..
( নাভাবিবা তুমি
যামে তোমাক এৰি )২
দূৰে দূৰে ৰ’লেও
মনতে ৰাখিবা ধৰি
ঐ’ দূৰে দূৰে ৰ’লেও
মনতে ৰাখিবা ধৰি..
সঁচা মৰম নহ’লে
হৃদয় জানো যাচিবলে পাৰি..
অনুভৱ নহ’লে মনত
ছিঙিব মৰম এনাজৰী…
( ধুমুহা আহিলেও
মোৰে কথা ভাবি )২
চকুৰ আঁতৰ হ’লেও
মনতে ৰাখিবা ধৰি
ঐ জান..
চকুৰ আঁতৰ হ’লেও
মনতে ৰাখিবা ধৰি..
ফুলনিত ফুল ফুলিলেও
ভুমুৰাও আহে জাকে জাকে..
ফুলৰে মৌ চুহি চুহি
ফুলৰ জানো মূল বুজে..
( মূৰ চুই শপত দি
নাজাবা আঁতৰি )২
দুটি ওঠৰ পৰশ
আজিও আছে সোন ভাঁহি
ঐ’ আজিও আছে সোন ভাঁহি..
( নাভাবিবা তুমি
যামে তোমাক এৰি )২
দূৰে দূৰে ৰ’লেও
মনতে ৰাখিবা ধৰি
ঐ জান..
তোমাক যাচি দিয়া হৃদয়
আনে জানো ল’ব আদৰি..
PREM GOVIR NOHOLE VIDEO
DOWNLOAD THE LYRICS:-
Thanks For Viewing Prem Govir Nohole Lyrics- Zubeen Garg.