Renu: The one of the lovely romantic and popular trendy song in 2020 from the latest Assamese Song album Renu (2020). Which is sung beautifully by Neel Akash and who was among the most famous youth singer of Assam. Female Vocals: Dipsikha & Bhagyashree. The music of this new song is also given by Rex Boro. The lyrics and concept of Renu are written by Latumoni and Dulal. Music mixed and mastered by Ibson lal Baruah. Recorded @ RedAV Studio by Pinku Das. video directore by Ashim Gogoi. Cinematographer by Suman Dowerah. Edited and DI by Moni Rajkonwar. It’s starring by Neel Akash and Nang Barbi. The music label of Neel Akash Das.
Song- Renu
Singer- Neel Akash
Lyrics/Tune- Latumoni & Dulal
Music – Rex Boro
জাগুন পৰা লিডু হৈ
মাৰ্ঘেৰিটা পাৰে হৈ
ভাদৈ পাঁচআলিতে লগে পালোঁং তোক
তিপাম দেশৰ থানতে
চুকাফাৰে দেশতে
কলোং নো ঐ মনৰ কথা তোক
কলি ছোৱালীৰে এ’ মইনা মিঠা মাত
এ’ মইনা মিঠা মাত
বগী ছোৱালীয়ে এ’ মইনা বুকুত মাৰে বজ্ৰপাত
বুকুত মাৰে বজ্ৰপাত
কলি ছোৱালীৰে এ’ মইনা মিঠা মাত
বগী ছোৱালীয়ে এ’ মইনা বুকুত মাৰে বজ্ৰপাত
তোকেনো বগী দেখি
এ’ ভয় লাগে নাচনী
তোকেনো বগী দেখি
এ’ ভয় লাগে কিজানি
আনলৈ বা মেলিছ
এ’ আনলৈ বা মেলিছ মন..
( অ’ ৰেণু বজাই বেণু
শ্ৰীকৃষ্ণ হ’ম
যদি তই মীৰা
মই শ্ৰীকৃষ্ণ
দূৰে দূৰেই ৰম )২
ৰাধা হবি নে ক ?
মীৰা হবি নে ক ?
ৰাধা হবি নে
মীৰা হবি নে
এতিয়াই খুলি ক
এতিয়াই খুলি ক তই
চুণৰ দাম কমিলত এ’ নবৌ
( চাধা খাবলৈ শিকিলোঁং )২
আৰু শিকিলোঁ ৰহি হাজ পানী
এ’ সোণৰ দাম বাঢ়িলত এ’ নবৌ
( বিয়াৰ আশা মই এৰিলোং )২
আৰু নকৰোঁং দেহা মনৰ হানি
হাই ও মই হলোং দুখিয়া
মতা ম’হ ৰখিয়া
মই হলোং দুখিয়া
এ’ গৰু গাড়ী ৰখিয়া
হাই ও মই হ’লে
মই হ’লে – মই হ’লে
মই হ’লে এজাতি
মই হ’লে এজাতি লা
জাগুন পৰা লিডু হৈ
মাৰ্ঘেৰিটা পাৰে হৈ
ভাদৈ পাঁচআলিতে লগে পালোঁং তোক
তিপাম দেশৰ থানতে
চুকাফাৰে দেশতে
কলোনোং ঐ মনৰ কথা তোক
RENU WATCH VIDEO
- More Lyrics: Uhu Uhu Lyrics ,Rukshana Lyrics, Ubhoti Suwa Lyrics ,
- More Lyrics: Morom Jetiya Lyrics, Long Leng Kussum Kailash
- More Lyrics: Alokhuwa Lyrics , Neelim Haahi Lyrics
- More Lyrics: Pahar Bogai Bogai , Aluguti Pitika Khang, Sekuri Sekuri Neel Akash
- More Lyrics: Krishnamoni Chutia , Xorot Zubeen Garg, Fagun Zubeen Garg
Thanks For Viewing Renu Lyrics ( ৰেণু ) | Neel Akash | New Assamese Song 2020.