Type Here to Get Search Results !

Tomar Kotha Lyrics ( তোমাৰ কথা ভাবিলেই জানা ) - Papon

Tomar Kotha Lyrics ( তোমাৰ কথা )  - Papon
Tomar Kotha Lyrics ( তোমাৰ কথা )  – Papon 

Tomar Kotha: The one of the lovely romantic and popular trendy song in 2020 from the latest Assamese Song album Tomar Kotha (2020). Which is sung beautifully by Papon who was among the most famous youth singer of in India.The music Produce by Manash Hazarika. The lyrics and tune of Tomar Kotha are written by Keshab NayanMixed and Mastered at: Lahar Digital (Guwahati) India by Manash Hazarika.i. The music label of Papon. 

Song- Tomar Kotha
Singer- Papon
Lyrics/Tune- 
Keshab Nayan
Music produced by- Manash Hazarika

তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে ।
বুকুৰ সিপাৰে এহেজাৰ গোলাপে 
ৰঙা ৰঙা কলি মেলে
ছায়া হৈ আহা এবাৰ কাষৰলে…
দিঠগত নালাগে আহিবলে…
সপোনত আহা এবাৰ
কাষৰলে….
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে 
বুকুৰ সিপাৰে এহেজাৰ গোলাপে 
ৰঙা ৰঙা কলি মেলে

এটি বেলি ফোঁটে
কাণে কাণে মোক ক’লে
তুমি মই একেটি হোৱাৰে
সেই বেলি  ফোঁটে
ওৰে নিশা মোক আহি 
জুকালে জুৰুলা কৰিলে
ছায়া হৈ আহা এবাৰ কাষৰলে..
দিঠগত নালাগে আহিবলে..
সপোনত আহা এবাৰ
কাষৰলে…
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে 
বুকুৰ সিপাৰে এহেজাৰ গোলাপে 
ৰঙা ৰঙা কলি মেলে  ।

আজি কাঁচি জোনে
গুপুতে আহি কলে মোক চুলে
আন্ধাৰত টোপনি ভাঙিলে..
তৰা ফুলা ৰাতি
তোমাক বাছি বাছি ক’লে
তুমি নাই ক’তো নাই
নোহোৱাৰে…
ছায়া হৈ আহা এবাৰ কাষৰলে..
দিঠগত নালাগে আহিবলে..
সপোনত আহা এবাৰ
কাষৰলে…
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে ।
বুকুৰ সিপাৰে এহেজাৰ গোলাপে 
ৰঙা ৰঙা কলি মেলে  ।।
TOMAR KOTHA VIDEO


DOWNLOAD THE LYRICS:-




Conclusion About:-  Tomar Kotha Lyrics

I hope you guys like our post about the ”Tomar Kotha Lyrics”, So don’t miss to share this post with social media friends.

 

Thanks For Viewing Tomar Kotha Lyrics ( তোমাৰ কথা ভাবিলেই জানা ) – Papon.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

`; // Get all post containers var postContainers = document.querySelectorAll('.post-body'); for (var i = 0; i < postContainers.length; i++) { postContainers[i].insertAdjacentHTML('beforeend', adCode); } } // Call the function to insert ads when the page is fully loaded document.addEventListener('DOMContentLoaded', insertAds);