Type Here to Get Search Results !

Tumi Dur Bhaskar Opswel তুমি দুৰ Lyrics

 

শুকুলা মেঘ যেতিয়া গ’লে

তোমাৰে সুৱাস বুকুতে ঢালে
শুকুলা মেঘ যেতিয়া গ’লে
তোমাৰে সুৱাস বুকুতে ঢালে
চেঁচা চেঁচা শিহৰণ বিয়পি পৰে
মনে তোমাক বিচাৰে
দুৰ তুমি দুৰ
দুৰ দুৰ
দুৰ তুমি দুৰ
দুৰ দুৰ


জিৰ্ জিৰ্ জুৰিয়ে
সুৰতে সপোন ৰছে
তোমাকে পোৱাৰ
অমানিশা এই সপোন
এন্ধাৰ যেন মোৰ আপোন
তোমাক চোৱাৰ আৱাহন
ৰব খুজো তোমাৰ কাষত
জোনাক তুমি মোৰ ৰাতিৰ আকাশৰ
দুৰ তুমি দুৰ
নোপোৱা সপোন
নিজান নীৰৱ এই ধৰা মোৰ সেমেকা
এনে লাগে যেন
আকুলোৱা হিয়াখনি
মনে মনে ৰওঁ উচুপি
আকুলোৱা হিয়াখনি
মনে মনে ৰওঁ উচুপি 
দুৰ তুমি দুৰ
দুৰ দুৰ
দুৰ তুমি দুৰ
দুৰ দুৰ

 

Thanks For Viewing Tumi Dur Bhaskar Opswel তুমি দুৰ Lyrics.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

`; // Get all post containers var postContainers = document.querySelectorAll('.post-body'); for (var i = 0; i < postContainers.length; i++) { postContainers[i].insertAdjacentHTML('beforeend', adCode); } } // Call the function to insert ads when the page is fully loaded document.addEventListener('DOMContentLoaded', insertAds);